67
newsnextone.com | গোৰেশ্বৰঃ এইখন দেশ ৰাম ৰহিমৰ দেশ৷ ৰাম-ৰহিমৰ দেশত হিংসাৰ কোনো স্থান নাই৷ হিন্দু হওক, ইছলাম ধৰ্মাৱলম্বী, অথৱা বৌদ্ধ, খ্ৰীষ্টান ধৰ্মী হওক আমি সকলোৱে একে ঈশ্বৰৰ সন্তান৷
সেয়েহে সকলোৱে শান্তি-সম্প্ৰীতিৰে একে পৰিয়ালৰ দৰে আমি বসবাস কৰিব লাগিৱ৷ এই মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ। ভাৰত-ভূটান সীমান্তৰ বাঙালীপাৰা মছজিদত অনুষ্ঠিত ইফটাৰত অংশগ্ৰহণ লৈ এই মন্তব্য প্ৰকাশ কৰে কছাৰীয়ে৷