62
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনীত বিবাহিত মহিলা এগৰাকীক ৬পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মৰনৈ আৰক্ষী সুত্ৰই জনোৱা মতে যোৱা নিশা ৰাক্ষসিনীত মহিলা এগৰাকীয়ে স্বামীৰ সৈতে সামান্য কাজিয়াত লিপ্ত হৈ টেম্প’ত উঠি জিলাখনৰে বগুৱান থানাৰ অন্তৰ্গত কালজানীৰ আত্মীয়ৰ ঘৰলৈ বুলি ওলাই যায়।