57
ডিজিটেল ডেস্কঃ শুনিবলৈ বা পঢ়িবলৈ বেয়া লাগিলেও সম্প্ৰতি দেশখনত ধৰ্ষণৰ সংখ্যা বৃদ্ধি পোৱাৰ ৰুঢ় সত্য মানি ল’বই লাগিব প্ৰতিজনে৷ বিহাৰত শেহতীয়াকৈ সংঘটিত হোৱা এনে নাৰকীয় কাণ্ডই পুনৰ লজ্জানত কৰিছে মানৱতাক৷
এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ট্ৰেইনৰ পৰা পেলাই দিলে ৬ ধৰ্ষণকাৰীয়ে৷। ধৰ্ষণকাৰী আটাইকেইজন নাবালক৷ ইয়াৰে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বাকী ৫ জন ধৰ্ষণকাৰী পলাতক হৈ আছে৷