Home ৰাজ্যলখিমপুৰ আৰক্ষীৰ অভিযানত জালত পৰিল তিনি যুৱক সহ ৬ কুইন্টল গাঞ্জা

লখিমপুৰ আৰক্ষীৰ অভিযানত জালত পৰিল তিনি যুৱক সহ ৬ কুইন্টল গাঞ্জা

by News Desk
53 views
A+A-
Reset

লালুকঃ লখিমপুৰ জিলাৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ জালত পৰিল তিনি যুৱক৷ অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে এখন ট্ৰাকেৰে আনি থকা অৱস্থাত প্ৰায় ৬ কুইন্টল গাঞ্জা সহ লখিমপুৰৰ ডিজুৰ ছমিৰ আলী, আতাবুৰ ৰহমান আৰু গোলাপ হুছেইনক আটক কৰিবলৈ সক্ষম হয়৷

লখিমপুৰ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ৬ কুইন্টল গাঞ্জা৷ এখন ট্ৰাকেৰে অৰুণাচলৰ পৰা গুৱাহাটীলৈ গাঞ্জা খিনি নি আছিল বুলি আৰক্ষীয়ে আগতীয়া খবৰ লাভ কৰি অভিযান চলাই ৰাজ পথতে ট্ৰাক খন জালত পেলাই আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0