70
ডিজিটেল ডেস্কঃ গংগা যমুনাক জীৱিত সত্তা ঘোষণা কৰাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ ২০ মাৰ্চত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে দুয়োখন নদীকে জীৱিত মানসিক সত্তা বুলি ৰায় দিছিল৷
মুলতঃ দিনক দিনে নদী দুখনৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা বাবে এই ৰায় দিছিল উচ্চ ন্যায়ালয়ে৷ এই ৰায়ৰ দাৰা গংগা আৰু যমুনা নদীক দূষিত কৰাৰ লোকক অপৰাধী হিচাবে বিবেচিত কৰা হ’ব৷