45
ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণ দেশৰ বাবে সাহসী পদক্ষেপ বুলি বিবেচিত হ’লেও এয়া কোনো কাৰণতে দেশখনৰ বাবে সুফলদায়ী পদক্ষেপ হিচাপে বিবেচিত হোৱা পৰা শত যোজন দুৰত্বত অৱস্থান কৰিছে এই বিমুদ্ৰাকৰণে।
কিয়নো ধাৰাবাহিকভাৱে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ চতুৰ্থ কোৱাৰ্টাৰতো কোনোমতেই ওপৰলৈ উঠিব পৰা নাই গড় জনমুৰি আয় চমুকৈ জিডিপিৰ গ্ৰাফ। বুধবাৰে ভাৰত চৰকাৰে এই তথ্য মুকলি কৰাৰ পিছতে সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে দেশৰ অৰ্থনীতি।