63
ডিজিটেল ডেস্কঃ দেশত প্ৰায় সংখ্যাক মানুহৰে আছে ৰন্ধন গেছ৷ কিন্তু ৰন্ধন গেছ ব্যৱহাৰ কৰা লোকসকলে বহু কথাই অৱগত নহয়।
যদি এজেন্সিয়ে ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰে তেতিয়া গ্ৰাহকে, চিলিণ্ডাৰ যোগান ধৰোতাৰ নামত টকৰা দিব লগা হয়। কেতিয়াবা কেতিয়াবা দিব লাগে প্ৰয়োজনতকৈ অধিক টকা৷ কোনো কোনো গ্ৰাহকে চিলিণ্ডাৰ আনিবলৈ যায় বিক্ৰী কেন্দ্ৰলৈ৷