61
গুৱাহাটীঃ অসমৰ ৰাজনীতিৰ বাবে এক নতুন খবৰ৷ লোকসভা নিৰ্বাচনৰ বাবে আগবাঢ়িছে আন এক নতুন ৰাজনৈতিক দল৷ ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টী নামৰ এটা ৰাষ্ট্ৰীয় দলে আজি দিশপুৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে।
উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আহ্বায়ক ৰাজুমনি বৰদলৈয়ে আঁতধৰি কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় মানৱ বিকাশ পাৰ্টীয়ে অসমৰ সকলোকেইটা সমষ্টিতে প্ৰাৰ্থী দিব।