41
গুৱাহাটীঃ গুৱাহাটীৰ যোৰাবাট আৰক্ষীৰ অভিযান। অভিযানত সোণৰ বিস্কুটসহ দুজন লোকক গ্ৰেপ্তাৰ।
জানিব পৰা মতে বৃহস্পতিবাৰে যোৰাবাট আৰক্ষীয়ে যোৰাবাটৰ হোটেল আৰ পি পৰা ১.৫০ লাখ টকাৰ মূল্যৰ সোণৰ বিস্কুট জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ধৃত লোকদুজন হৈছে আহাৰ আলী আৰু আমিৰ আলী।