61
গুৱাহাটীঃ অসম আৰক্ষীক লজ্জানত কৰাএক সংঘটিত হয়। লতাশিল আৰক্ষীৰ জিম্মাৰপৰা পলায়ন উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ মূল অভিযুক্ত। হেণ্ডকাফসহ পলায়ন কৰা ধৃত অভিযুক্ত চুৰটো নাম আজিজুৰ আলি।
লতাশিল আৰক্ষীয়ে ধৃত চোৰতোক গ্ৰেপ্তাৰ কৰাৰ পাছত নিজৰ জিম্মাত ৰাখি শনিবাৰে তদন্তৰ বাবে লতাশিল আৰক্ষীয়ে হাতগাঁওলৈ নিছিল। সেই সময়তে স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছে অভিযুক্ত আজিজুৰ আলি।