67
…….পিতৃ-মাতৃৰ হাততে সদায় সুৰক্ষিত হয় সন্তান …… পিতৃ-মাতৃয়ে কেতিয়াও অবাটে যাব নিদিয়ে সন্তানক….. কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে দিয়া দীৰ্ঘকালীন লকডাউনে এচাম মানুহক এনেদৰে প্ৰভাৱিত কৰিছে যে তেওঁলোকে শিশু বা কিশোৰী কণ্যাক আগবঢ়াই দিছে এক অবাঞ্চিত পথেৰে!….. কি সেই পথ…?
…..সেই পথৰ অনুসন্ধানত আমি পালো কেতবোৰ অবাঞ্চিত কেকুঁৰি——-
দিগন্ত শৰ্মা