76
জাগীৰোডঃ মায়ঙৰ বহা পাহাৰত বস্তাৰ ভিতৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
পাহাৰত পুতি থোৱা অৱস্থাত বস্তাৰ ভিতৰৰ পৰা এখন হাত ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে মায়ং আৰক্ষীক খবৰ দিয়ে৷