Home ৰাজ্যভিনিয়েকৰ ঘৰত জনগোষ্ঠীয় যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ

ভিনিয়েকৰ ঘৰত জনগোষ্ঠীয় যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ

by News Desk
53 views
A+A-
Reset

মুছলপুৰঃ বিটিএডিৰ বাক্সা জিলাৰ মুছলপুৰত এগৰাকী জনগোষ্ঠীয় যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত দেৱচাৰাত ঘৰৰ পিছফালে সামন্য জংঘলত মৃতদেহটো উদ্ধাৰ হয়৷

যুৱতীগৰাকীৰ পিন্ধি থকা কপোৰ সংযত হৈ নাছিল৷ যাৰ ফলত ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ভিনিয়েক খগেন বড়োৰ ঘৰৰ পিছফালে অৰ্থাৎ বাৰীত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ৷ মইনী বড়ো নামৰ যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ মৃতদেহৰ কাপোৰ কানি অসংযত অৱস্থাত থকাৰ ফলত হত্যা কাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰিছে ৰাইজে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও হত্যা নে আত্মহত্যা স্পষ্ট কৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0