65
তেজপুৰঃ নাম তাইৰ নাম নয়না (সলনি কৰা হৈছে)। শোণিতপুৰ জিলাৰ চিৰাজুলিৰ মইলাআলি গাঁৱৰ বাসিন্দা তাই। দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা এইগৰাকী যুৱতী জন্মগতভাৱে বাওঁ চকুটোৰ সামান্য বিসংগতি আছিল যদিও দৃষ্টিশক্তি কম নাছিল৷
উক্ত চকুটোৰ বাবেই মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী। চকুটো ভাল কৰিবলৈ য’তেই নিদান পাই সেই নিদান মানি চকুটো ভাল কৰিব বিচাৰে যুৱতীগৰাকীয়ে। বহু কবিৰাজ, চিকিৎসক, ওজাক দেখুৱাই চকুতো ভাল নোহোৱাত যুৱতীগৰাকীয়ে মানসিকভাৱে ভাগি পৰিছিল।