Home ৰাজ্যলংকাত কামনাৰ বলি কিশোৰী, তিনিমাহে নিৰ্বিকাৰ আৰক্ষী

লংকাত কামনাৰ বলি কিশোৰী, তিনিমাহে নিৰ্বিকাৰ আৰক্ষী

by News Desk
52 views
A+A-
Reset

হোজাইঃ হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত ফৰমাৰপাৰাত এগৰাকী কিশোৰীৰ নিৰ্যাতনৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে লংকাৰ ফৰমাৰপাৰাত এগৰাকী কিশোৰী নিজ ঘৰৰ পৰা মাদ্ৰাছালৈ বুলি পথেৰে খোজ কাঢি যাওতে, নিজ গাঁৱৰে তিনি অভিযুক্তই কিশোৰী গৰাকীক আগচি ধৰে আৰু বলপূৰ্বক ভাবে কিশোৰী গৰাকীৰ লগত যৌন নিৰ্যাতন দৰে জঘন্য কৰ্ম চৰিতাৰ্থ কৰে। 

ঘটনাৰ পিছত পৰিয়ালৰ লোকে তিনি লম্পটৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও হতাশাত ভুগিছে কন্যাৰ পৰিয়াল। ন্যায় বিচাৰি হাবাথুৰি খাই ফুৰিছে কিশোৰী তথা পৰিয়ালৰ লোকে আৰু শেষত সংবাদ মাধ্যমৰ আগত দুখ ব্যক্ত কৰিছে ভুক্তভোগী পৰিয়ালে। কিশোৰী গৰাকীৰৰ ভাষ্য মতে, অসম এৰি কুৱেইট যোৱাৰ প্ৰচেষ্টাত আছে মূল অভিযুক্ত ইছাদ উদ্দীন । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0