52
বালিপৰাঃ শোণিতপুৰ জিলাৰ ৰঙপৰাৰ বৰজুলিত নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। প্ৰাপ্ত বাতৰি মতে, অঞ্জলি পাত্ৰ নামৰ কিশোৰীগৰাকীয়ে বান্ধৱী এগৰাকীৰ সৈতে বৰজুলি নৈৰ পাৰত গা ধুই আছিল।
সেই সময়তে অসাৱধানবশতঃ পাৰত গা ধুই থকা বান্ধৱীগৰাকী পিছলি নৈত পৰি যায়। লগে লগে নৈৰ সোঁতত বান্ধৱীগৰাকী ডুবিবলৈ ধৰে।