58
ডিজিটেল ডেক্সঃ এতিয়াৰ পৰা আপুনি কথা পাতিলেই সন্মুখীন হ’ব লাগিব বৃহৎ অংকৰ জৰিমনাৰ৷ অৱেশ্যে ফোনেৰে কথা পাতিলেহে ভৰিব লাগিব এই জৰিমনা৷
মথুৰাৰ পঞ্চায়তে ঘোষণা কৰিছে এই সিদ্ধান্ত৷ যদিহে কোনো যুৱতীয়ে পথত ফোনেৰে কথা পতা দেখা যায় তেন্তে উক্ত যুৱতীয়ে ভৰিব লাগিব ২১ হাজাৰ টকাৰ জৰিমনা৷ মুলত অঞ্চলটোত অপৰাধ কমাবলৈ এই সিদ্ধান্ত পঞ্চায়তৰ৷