62
ডিজিটেল ডেস্কঃ মাচুল দিবলৈ অপাৰগ হোৱাৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষই দুগৰাকীকৈ ছাত্ৰীৰ ইউনিফৰ্ম খুলি ৰখা এক জঘন্য কাণ্ডৰ খবৰ প্ৰকাশিত হৈছে সংবাদ মাধ্যমত।
বিহাৰৰ বেগুচৰাই জিলাৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ নাৰ্ছাৰী আৰু প্ৰথম শ্ৰেণীত পঢ়া দুগৰাকী কণমানি বাই-ভনীৰ মাচুল দিব পৰা নাছিল পিতৃয়ে।