59
নলবাৰীঃ টিহুৰ বিশিষ্ট নাগৰিক, সমাজসেৱক, আগশাৰীৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা গয়াধৰ কলিতাৰ সোমবাৰে মৃত্যুক আকোৱালি লয়৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হৰিচৰণ বুক ষ্টলৰ স্বত্বাধিকাৰীগৰাকীৰ টিহুৰ বিদ্যানগৰৰ বাসভৱনত মৃত্যু হয়।
বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান বীণাপাণি বুক ষ্টলৰ হোতা কলিতাই বহি গ্ৰন্থ প্ৰকাশ কৰিছে৷ অভিনয়, নাট আদিৰ সৈতেওঁ জড়িত আছিল কলিতাই। অসম সাহিত্য সভাৰ আজীৱন সভ্য কলিতাই বাক্সা সাহিত্য সভাৰ সৈতে জড়িত হা আছিল।