49
www.newsnextone.com| নগাঁওঃ ৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ উজ্বলি উঠিল অসমৰ নাম। নতুন দিল্লীত অনুষ্ঠিত “সৰ্বভাৰতীয় গ্লেমন মিচ প্ৰতিযোগিতাত” অংশগ্ৰহণ কৰি নগাঁও জিলাৰ ৰহা ৰূপহীতলি গাঁওৰ সুষমা কোঁৱৰে প্ৰতিযোগিতাত “শ্ৰেষ্ঠ কেটৱক প্ৰতিযোগিৰ” খিতাপ দখল কৰি পুনৰবাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বলাই তোলে।
ভাৰতৰ ২৫ খন ৰাজ্যৰ পৰা মুঠ ১০০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত ৩৫ গৰাকীক চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচন কৰা হয়।