67
ডিজিটেল ডেস্কঃ আপুনি যদি ইংৰাজী ভাষাৰ গীতৰ অনুৰাগী, বা আপোনাৰ চুবুৰীয়াই যদি পাশ্চাত্যৰ গীতৰ ফেন, তেন্তে ‘চেপ অব ইউ’ গীতটো কাণত নপৰাটো অষ্টম আশ্চৰ্যত ধৰিব পাৰি। অভিলেখ হাৰত বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা এই গীতটোক লৈ কিমানে নাচিছে-বাগিছে তাৰ লেখ-জোখ নাই।
