Home ৰাজ্যছহিদৰ পৰিয়ালে লাভ কৰা ধনক লৈ টনা-আঁজোৰা

ছহিদৰ পৰিয়ালে লাভ কৰা ধনক লৈ টনা-আঁজোৰা

by News Desk
55 views
A+A-
Reset

তেজপুৰ ২ জুন : এক নিষ্ঠুৰ পৰিহাস। ছহিদৰ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰা ধনৰ লোভত পৰি একাংশ লোকে নিকৃষ্ট পন্থা অৱলম্বন কৰিছে।  ১৯৮৩ৰ ২০ মাৰ্চত তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তথা দৰং মহাবিদ্যালয়ৰ তদানীন্তন সাধাৰণ সম্পাদক ভূপেন ডেকাই দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱায়।

পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই তেওঁক জাতীয় ছহিদ ঘোষণা কৰে। ৫ বছৰ বয়সৰ পৰা তেজপুৰৰ আয়েকৰ ঘৰত থাকি ডাঙৰ-দীঘল হোৱা ভূপেন ডেকাৰ বিয়োগৰ সময়তো নলবাৰীৰ কোনো লোকে খবৰ লোৱাৰ আহৰি পোৱা নাছিল। সকলো ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব পালন কৰি আহিছিল আয়েকৰ পৰিয়ালে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0