অসুস্থ ৯২ বছৰীয়া সত্ৰাধিকাৰ, জাৰিৰৰ তৎপৰতাত হিমন্তই প্ৰেৰণ কৰিলে চিকিৎসকৰ...

Home ৰাজ্যঅসুস্থ ৯২ বছৰীয়া সত্ৰাধিকাৰ, জাৰিৰৰ তৎপৰতাত হিমন্তই প্ৰেৰণ কৰিলে চিকিৎসকৰ দল

অসুস্থ ৯২ বছৰীয়া সত্ৰাধিকাৰ, জাৰিৰৰ তৎপৰতাত হিমন্তই প্ৰেৰণ কৰিলে চিকিৎসকৰ দল

by News Desk
49 views
A+A-
Reset

বটদ্ৰৱাঃ সত্ৰাধিকাৰ প্ৰভূ ঈশ্বৰ পৰমানন্দ দেৱ মহন্ত গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত চিন্তিত হৈ পৰিছে ভক্ত সকল৷ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক শ’লগুৰি সত্ৰৰ ৯২ বছৰীয়া চিৰকৌমাৰ্য ব্ৰতাৱলম্বী, গুৰুজনাৰ একান্ত সেৱক, সত্ৰাধিকাৰ প্ৰভূ ঈশ্বৰ পৰমানন্দ দেৱ মহন্ত অসুস্থ হৈ পৰাত ৰাজ্য চৰকাৰেও চিন্তা ব্যক্ত কৰে৷

বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক গুন মনি কলিতা আৰু শিক্ষয়িত্ৰী হীৰামনি বৰুৱাই এই বাৰ্তা বিশিষ্ট সাংবাদিক চৈয়দ জাৰিৰ হুছেইনৰ জৰিয়তে অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক৷ নিউজ লাইভৰ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনে জৰুৰী পদক্ষেপ গ্ৰহন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাক এই খবৰ অৱগত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0