55
গোলাঘাটঃ অসম আৰক্ষীয়ে থলুৱা যুৱকক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গোলাঘাটৰ জাতীয় দল-সংগঠন৷
প্ৰতিবাদকাৰীক ৰাজ পথত বগৰাই লাঠীৰে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ এই কাণ্ডক সহজে লব পৰা নাই গোলাঘাটবাসীয়ে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে ৰাজ পথলৈ মানুহৰ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷