Home ৰাজ্যনীপকো সৃষ্ট জলপ্ৰলয়ত বিধবস্ত মহুৰামুখৰ নিকৰি অঞ্চল, বানৰ প্ৰবল সোঁতে ছিঙি নিলে নিকৰিৰ ৰাজপথ,উটুৱাই নিলে দলং

নীপকো সৃষ্ট জলপ্ৰলয়ত বিধবস্ত মহুৰামুখৰ নিকৰি অঞ্চল, বানৰ প্ৰবল সোঁতে ছিঙি নিলে নিকৰিৰ ৰাজপথ,উটুৱাই নিলে দলং

by News Desk
A+A-
Reset
9d8af776-cec3-4d8d-b7ee-77f93e45cfcc

newsnextone.com।কাজিৰঙাঃ এটা মাহৰ ভিতৰত দুবাৰকৈ নীপকোৱে দৈয়াঙ জল বিদ্যুৎ প্ৰকল্পৰ এৰি দিয়া পানীৰ জলপ্ৰলয়ত বিধবস্ত কৰিছে মহুৰামুখৰ নিকৰি অঞ্চল। নীপকোৰ সৃষ্ট জলপ্ৰলয়ে বৃহস্পতিবাৰে গোলাঘাট জিলাৰ মহুৰা মৌজাৰ নিকৰীৰ গুটুং-নিকৰি সংযোগী পথৰ এটা বৃহৎ অংশ ছিঙি নিয়াৰ লগতে নিকৰি শম্ভুৰাম মিৰি জানৰ ওপৰত থকা বাঁহৰ দলংখনো বানৰ প্ৰবল সোঁতে উটুৱাই নিয়ে।

গুটুং-নিকৰি সংযোগী পথটো গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ পাছত ভয়াবহ গৰাখহনীয়া সৃষ্টি হয়। গৰাখহনীয়াৰ কবলত পৰিছে নিকৰি শম্ভুৰাম মিৰি এম ই স্কুল আৰু ছয় নং নিকৰি এল পি স্কুল দুখন। বিদ্যালয় দুখন গৰাখহনীয়াই খহাই নিয়াৰ উপক্ৰম হোৱাত ৰাইজে বিদ্যালয়খনত হাতুৰীৰ কোব পেলাবলৈ বাধ্য হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0