67
গোলাঘাটত বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি হৈছে৷ বৃহস্পতিবাৰে শালমৰা বাগিচাত সংঘটিত হয় এই ঘটনা।
নিহতসকলৰ ভিতৰত অগ্নি গোৱালা, বেল ভূমিজ, দ্ৰৌপদী ওৰাং, বন্ধন বাউৰী, দুলাল ওৰাং, এতোৱা পুজৰ, শুকলাল পুজৰ, শান্তি পুজৰ, বিনতি ভক্তা, ললিতা পুজৰ, মীনা পুজৰ, সোণেশ্বৰ গগৈ, আনন্দ বৰা আৰু সুৰেন গগৈ।