46
গোলকগঞ্জঃ গোলকগঞ্জৰ আগমনিত জব্দ চাৰিখনকৈ অতিৰিক্ত শিল কঢ়িওৱা ট্ৰাক। আগমনি আৰক্ষীয়ে জব্দ কৰে WB-69/9987, WB-69/6993, WB-73E/2813, JH-16A/6176 নম্বৰৰ অতিৰিক্ত শিল কঢ়িওৱা ট্ৰাক কেইখন।
একাংশ দুষ্ট চক্ৰই চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰপৰা ট্ৰাকেৰে অতিৰিক্তভাৱে শিল কঢ়িয়াই সোনাহাট আন্তঃৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰ হৈ বাংলাদেশলৈ প্ৰেৰন কৰি আহিছিল।