66
newsnextone.com। তেজপুৰঃ ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হৈছে গুণোৎসৱৰ। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় তেজপুৰৰ বিদ্যালয়সমূহ। সমগ্ৰ তেজপুৰৰ বিদ্যালয়ত সমুহত আজি অনুষ্ঠিত গুণোৎসৱত পুৱা পতকা উত্তোলন কৰাৰ পাছত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।
