61
ডিজিটেল ডেস্কঃ পণ্য আৰু সেৱা কৰ চমুকৈ জিএছটিক লৈ হোৱা পৰিষদীয় বৈঠকৰ দ্বিতীয় দিনটোত সেৱাৰ ওপৰত কৰৰ হাৰ নিৰ্ধাৰণ কৰা হয়৷
বিত্তমন্ত্ৰী অৰুণ জেটলীৰ কয় যে শিক্ষা আৰু স্বাস্থ্যসেৱাক এই কৰৰ আওতাৰপৰা বাহিৰত ৰখা হৈছে৷ বিত্তীয় সেৱাত আৰু টেলিকম সেৱাৰ ক্ষেত্ৰত ১৮ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছে৷