67
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আয়োজিত হ’ব সদৌ বাথৌ মহাসভাৰ গোৰেশ্বৰ আঞ্চলিক আৰু পূব বাগসা জিলা সমিতিৰ ৰূপালী জয়ন্তী।
অহা ৩১ জানুৱাৰী আৰু ১, ২, ৩ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ মাইনাউ ফৌথাৰত অনুষ্ঠিত হ’ব।