109
গোৰেশ্বৰঃ দেশৰ প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ সময়ত শিক্ষাৰ অধিকাৰ আইনৰ কথা কৈ আহিছে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছত শিক্ষাৰ অধিকাৰ আইনৰ কথা পাহৰি যায় ৰাজনৈতিক দল তথা চৰকাৰে৷ কোটি কোটি টকা শিক্ষাৰ বিভাগটোৰ বাবে আৱন্টন দিয়ে৷
এই টকাৰে বিনামূলীয়া শিক্ষা আহৰণৰ লগতে শিক্ষা দিশ উন্নয়ন তথা দেশৰ সৰ্ব প্ৰকাৰৰ লোকৰ সন্তান সমূহে প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা কৰাৰ কথা প্ৰচাৰ কৰি আহিছে চৰকাৰে৷