Home ৰাজ্যগোৰেশ্বৰত শিক্ষানুষ্ঠানৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আহৰি নাপালে জনপ্ৰতিনিধেয়ে

গোৰেশ্বৰত শিক্ষানুষ্ঠানৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আহৰি নাপালে জনপ্ৰতিনিধেয়ে

by News Desk
48 views
A+A-
Reset

গোৰেশ্বৰঃ ১৯৭৯ চনত গঠন হোৱা বিদ্যা ভাৰতী নামৰ অনুষ্ঠানটোৱে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াইছে। আামাৰ সমাজত শিক্ষিত ব্যক্তি আছে যদিও চৰিত্ৰবান লোকৰ অভাৱ। শংকৰদেৱ শিশু নিকেতনে শিক্ষিত চৰিত্ৰবান ব্যক্তিৰ অভাৱ দূৰ কৰি সমাজখন সুশৃংখলিত কৰাত ভূমিকা পালন কৰি আছে। এই মন্তব্য শংকৰদেৱ শিশু নিকেতন ৰঙিয়াৰ প্ৰধান আচাৰ্য দিলীপ কুমাৰ লহকৰৰ।

শংকৰদেৱ শিশু নিকেতন, গোৰেশ্বৰৰ চতুবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি লহকৰে এনেদৰে কয়। তেওঁ আৰু কয় যে, নিকেতনৰ পৰা সংস্কাৰ লৈ সমাজত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিছে সেয়াহে ডাঙৰ কথা। ছাত্ৰ-ছাত্ৰীক মানুহ গঢ়াৰ বাবে পণ লৈছে বিদ্যাভাৰতীয়ে। গোৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিচৰণ ডেকাৰ সভাপতিত্বত আয়োজিত মুকলি সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমিন্দ্ৰ নাথে মুখ্য অতিথিৰ ভাষণ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0