Home ৰাজ্যউৰণীয়া সেঁতু, ষ্ট্ৰিট লাইটৰ পোহৰ নাপালে গোৰেশ্বৰীয়াই, এজাক বৰষুণতে ডুব যায় নগৰৰ উপ-পথ

উৰণীয়া সেঁতু, ষ্ট্ৰিট লাইটৰ পোহৰ নাপালে গোৰেশ্বৰীয়াই, এজাক বৰষুণতে ডুব যায় নগৰৰ উপ-পথ

by News Desk
58 views
A+A-
Reset

newsnextone.com | গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত গোৰেশ্বৰ অঞ্চলক ৰাজ্যৰ প্ৰতিখন চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ তথা ৰঙিয়া বিধান সভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিৰ গোৰেশ্বৰীয়া ৰাইজ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত৷ এক ৰক্তাক্ত ইতিহাসৰ মাজেৰে পাৰ হৈ অহা গোৰেশ্বৰীয়া ৰাইজে কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত সদায় অৱদান আগবঢ়াই আহিছে৷

কিন্তু ঐতিহাসিক গোৰেশ্বৰক কোনো দলৰ চৰকাৰ আৰু কোনো নেতাই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ সময়ত কেৱল বৰ বৰ কথাৰে ফিতাহি মাৰে যদিও সেইবোৰ সময়ত ফুটুকাৰ ফেনত পৰিণত হয়৷ নিৰ্বাচনত জয়ী হৈ বিধায়ক, পৰিষদৰ কাৰ্যবাহী হোৱাৰ পিছত চাহ বাগান, দালান, বেংক বেলেঞ্চ, বিলাসী গাড়ী, মনোৰঞ্জনৰ বাবে নতুনত্ব আহে যদিও গোৰেশ্বৰৰ বাব একো নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0