67
newsnextone.com | তামুলপুৰঃ এনআৰচিৰ দ্বিতীয় খচৰাৰ পৰা গৰিয়া জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্র পৰিষদে।
সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্র পৰিষদ আৰু বাক্সা জিলা সমিতিয়ে বাক্সা জিলাৰ ৭০ শতাংশ খিলঞ্জীয়া গৰিয়ালোকৰ নাম বাদ পৰা বুলি কৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।