Home ৰাজ্যগোসাইগাঁৱত হস্ততাঁত-বস্ত্ৰ শিল্পৰ উদ্যোগত ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন

গোসাইগাঁৱত হস্ততাঁত-বস্ত্ৰ শিল্পৰ উদ্যোগত ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন

by News Desk
68 views
A+A-
Reset

গোসাইগাঁঁওঃ গোসাইগাঁও সদৰ-চহৰস্থিত গোসাইগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হস্ততাঁত-বস্ত্ৰ শিল্প মেলাত বুধবাৰে ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ আয়োজন কৰা হয়৷ ভাৰত চৰকাৰৰ হস্ততাঁত-বস্ত্ৰ শিল্পৰ আয়ুক্তৰ উন্নয়ন প্ৰকল্পৰ সহযোগত আৰু হস্ততাত-বস্ত্ৰ শিল্পৰ গোসাইগাঁও কাৰ্যালয়ৰ উদ্যোগত আয়োজিত সন্মিলনত গোসাইগাঁও মহকুমাৰ ময়নাগুৰি ক্লাষ্টাৰ শিপিনীসকল উপস্থিত থাকে৷

গোসাইগাঁও হস্ততাঁত-বস্ত্ৰশিল্পৰ অধীক্ষক হীৰণ্য দেৱীয়ে আঁত ধৰা সন্মিলনত ময়নাগুৰি ক্লাষ্টাৰৰ অন্তৰ্গত আঠটা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে৷ সন্মিলনত অংশগ্ৰহণ কৰা শিপিনীসকল নিজে তৈয়াৰ কৰা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0