56
newsnextone.com | কোকৰাঝাৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈছে ৰাজ্যপাল জগদীশ মুখী। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ যোগে পুৱা কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পিছতে ৰাজ্যপাল জগদীশ মুখী পোনে পোনে কোকৰাঝাৰ আবৰ্ত ভৱনত উপস্থিত হয় আৰু আৰু আবৰ্ত ভৱনত নিৰাপত্তাৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গৰে বৈঠকত মিলিত হয় ৰাজ্যপাল মুখী।
