52
নতুন দিল্লীঃ দেশত দিনক-দিনে বৃদ্ধি পাবলৈ দুৰ্ঘটনাৰ সংখ্যা৷ যাৰ বাবে মোদীৰ চৰকাৰে এই বিষয়ক লৈ এক পৰিকল্পনা কৰিছে৷
দুৰ্ঘটনা ৰোধ কৰিবলৈ গাড়ীৰ টায়াৰ নিৰ্মাণত ৰবৰৰ লগতে ছিলিকন মিহলি কৰি টায়াৰত নাইট্ৰ’জেন গেছ ভৰোৱাটো নিশ্চিত কৰাৰ কথা প্ৰকাশ কৰিছে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷