Home ৰাজ্য২০১৭ৰ বাজেট মতে Wi-Fi থকা জিলা হ’লনে মাজুলী? উজ্জীৱিত হ’লনে কলং?

২০১৭ৰ বাজেট মতে Wi-Fi থকা জিলা হ’লনে মাজুলী? উজ্জীৱিত হ’লনে কলং?

by News Desk
A+A-
Reset
budgt2

দিছপুৰঃ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে এখন সম্পূৰ্ণৰূপে নিৰ্বাচনমুখী বাজেট। বাজেট বিশ্লেষকসকলৰ মতে এইবাৰৰ বাজেটত উজনি অসমত  চাহ জনগোষ্ঠীসকলৰ ভোটৰ জৰিয়তে অঞ্চলটোত দেখা দিয়া ‘কা’ বিৰোধী আন্দোলনৰ প্ৰভাৱৰ পৰা নিৰ্বাচনৰ সময়ত যাতে মুক্ত হ’ব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত জনগোষ্ঠীটোৰ বাবে একাধিক আঁচনি ঘোষণা কৰিছে চৰকাৰে।

নিৰ্বাচনৰ পূৰ্বে প্ৰায় প্ৰতিখন চৰকাৰে এনেদৰে নিৰ্বাচনক উদ্দেশ্য কৰিয়েই দাখিল কৰি আহিছে বাজেট। সেয়া হ’লেও ইয়াৰ পূৰ্বৰ বাজেটসমূহক লৈ কিমান দায়িত্বশীল আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ? বিগত দুটা বৰ্ষৰ বাজেটক একাষৰীয়া কৰি থৈ ২০১৭-১৮ বৰ্ষৰ বাজেটলৈ চালেই সেয়া স্পষ্ট হৈ পৰে। এইবাৰৰ বাজেটৰ দৰেকৈ ২০১৭-১৮ বৰ্ষৰ বাজেটতো নাছিল কোনোধৰণৰ নতুন কৰৰ প্ৰস্তাৱ। আহকচোন ২০১৭-১৮ বৰ্ষত একেগৰাকী বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটৰ কি কি আজিও কেৱল ঘোষণা হৈয়ে ৰ’ল সেই সম্পৰ্কে কিছু আভাস লও।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0