Home ৰাজ্য৬ মহলীয়া আট্টালিকাৰ ওপৰত খহি পৰিল ৫ মহলীয়া আট্টালিকা, অবৈধ ভাৱে কৰিছিল নিৰ্মাণ

৬ মহলীয়া আট্টালিকাৰ ওপৰত খহি পৰিল ৫ মহলীয়া আট্টালিকা, অবৈধ ভাৱে কৰিছিল নিৰ্মাণ

by News Desk
63 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা দুটা আট্টালিতা হঠাত খহি পৰাত এক শোকাবহ পৰিবেশৰ সৃষ্টি হয় উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ শ্বাহবেৰী এলেকাত৷ মঙলবাৰে নিশা নিৰ্মাণ হৈ থকা এটা আট্টালিকাৰ ওপৰত এটা পুৰণি আট্টালিকাৰ খহি পৰাত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ নিশাৰে পৰা ততাতৈয়াকৈ আৰক্ষী আৰু এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

বৰ্তমানেও প্ৰায় ১৪-১৫গৰাকী লোক ভিতৰত আবদ্ধ হৈ আছে৷ কিছু দিন পূৰ্বে উক্ত আট্টালিকাটোত ঘৰ লৈছিল এটা পৰিয়ালে৷ ১৭ জুলাইৰ নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত এই কাণ্ড সংঘটিত হয়৷ উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে৷ ভিতৰত আবদ্ধ লোকৰ জীয়াই থকা আশা কম বুলি কয় এনডিআৰএফৰ বিষয়াই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0