63
ডিজিটেল ডেস্কঃ নিজৰ ভালপোৱা জনক সমাজৰ আগত সাক্ষী কৰি বিয়া পতাৰ আনন্দই বেলেগ। কিন্তু এই সুখেই যদি প্ৰাণ লয় কাৰোবাৰ। কইনাক বিয়া পাতি নি ঘৰ নৌপাওতেই নাচি নাচি আনন্দত আত্মহাৰা দৰা ঢুকাই যোৱাৰ ঘটনা নিশ্চয় মৰ্মন্তুদ।
এই ঘটনা গুজৰাটৰ বদোদৰা জিলাৰ। ৯ মে’ত বদোদৰাৰ ৰানৌলি গাঁৱৰ সাগৰ সোলাংকিয়ে অৰ্চনাক বিয়া পাতি ঘৰলৈ লৈ অনাৰ পথতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে সোলাংকি।