60
গুৱাহাটীঃ ছিলঙলৈ যাওঁতে ট’লগে’ট পাৰ হোৱাৰ পাছতে একাংশ অসৎ লোকে বৰষুণ দিলে ৰাস্তাত ইঞ্জিন অইল পেলাই থয়। ইয়াৰ কাৰণ অবৈধভাৱে ধন ঘটা।
তেলে পিচল কৰি থোৱা পথত তীব্ৰ বেগী গাড়ীবোৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত পৰেগৈ। আৰু লগে লগে প্ৰয়োজন হয় ৰিক’ভাৰী ভেনৰ।