ডিজিটেল ডেস্কঃ শুকুৰবাৰে নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিএছটি পৰিষদৰ ২৭ সংখ্যক বৈঠক অনুষ্ঠিত হৈ যায়৷ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে৷ জিএছটিএন নেটৱৰ্কৰ বিৰুদ্ধে বহু লোকৰ অভিযোগ থকাৰ তথা স্বীকাৰ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে৷ জিএছটিএন নেটৱৰ্কৰ বাবে কৰ ৰিটাৰ্ণ প্ৰক্ৰিয়া থিক মতে কৰিব পৰা নাই আৰু ব্যৱসায়ী ইয়াৰ দ্বাৰা সমস্যাত পৰা বুলি কয় বিত্ত মন্ত্ৰীয়ে৷
GSTN to be converted into a fully Government owned Company.
Press release regarding change in the Shareholding Pattern of GSTN attached. pic.twitter.com/0PeG9Iku0f