73
ডিজিটেল ডেস্কঃ সামগ্ৰী আৰু সেৱাকৰ পহিলা জুলাইৰপৰা কাৰ্যকৰ হোৱাৰ পিছতে নিয়োগৰ ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে বজাৰ বিশেষজ্ঞসকলে।
জিএছটি কাৰ্যকৰ হোৱাৰ পিছতে চলিত বৰ্ষত বিশেষকৈ কৰ নিৰ্ধাৰণ, হিচাবৰক্ষণ আৰু তথ্য বিশ্লেষণ আদি ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনা স্পষ্ট ইংগিত দিছে বিশেষজ্ঞই।