84
ডিজিটেল ডেস্কঃ আজি নিশা বাৰ বজাৰ লগে লগে দেশত কাৰ্যকৰী হ’ব এক দেশ এক কৰ- জিএছটি। সামগ্ৰী আৰু সেৱাকৰ চমুকৈ জিএছটি স্বাধীন ভাৰতৰ সৰ্ববৃহৎ কৰ সংশোধনী বুলি চৰ্চিত হৈ অহাৰ সময়তে এই বিষয়টোক লৈ সকলো মহলতে খুদুৱনিৰ সৃষ্টি হৈছে।
দেশৰ অৰ্থনীতিত ইয়াৰ অৰিহণা কেনে হ’ব, কিহৰ দাম কমিব-বাঢ়িব, দৈনন্দিন জীৱনত প্ৰভাৱ কেনে হ’ব আদি সকলো বিষয় সামৰি থোৰতে জিএছটিৰ বিষয়েঃ