Home দেশ২১ বছৰ পিছত চৰবত বিক্ৰী কৰা গুজৰাটৰ ইকলাবৰ মুখত বিৰিঙিছে হাঁহি…

২১ বছৰ পিছত চৰবত বিক্ৰী কৰা গুজৰাটৰ ইকলাবৰ মুখত বিৰিঙিছে হাঁহি…

by News Desk
A+A-
Reset
iklab-gujrat

“সেয়া মোৰ জীৱনৰ আটাইতকৈ ভয়াৱহ আৰু মৰ্মান্তিক দিন আছিল। এদিন হঠাৎ আহি পুলিচে উঠাই লৈ গৈছিল মোক আৰু মোৰ বন্ধু এজনক। প্ৰথমে আমি একো উৱাদিহেই পোৱা নাছিলো। কিন্তু থানালৈ লৈ যোৱাৰ পিছত আমাক কোৱা হ’ল আমাৰ ঘৰত হেনো বোমা নিৰ্মাণৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। গুজৰাটৰ সাম্প্ৰদায়িক হিংসাক উচটনি দিবলৈ বোমা নিৰ্মাণ কৰাৰ অপৰাধতে হেনো আমাক গ্ৰেপ্তাৰ কৰা হৈছে।’’

এয়া আছিল গুজৰাটৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত গ্ৰেপ্তাৰ কৰা ইকলাব ধিবৰিয়া নামৰ এজন অভিযুক্তৰ মুখৰ কথা। ৬০ বছৰীয়া ইকলাব ধিবৰিয়াই ২১ বছৰ ধৰি যুঁজিবলগীয়া হ’ল তেওঁৰ ওপৰত আৰক্ষীয়ে আৰোপ কৰা অভিযোগৰ বিৰুদ্ধে। কোৰ্ট-কাছাৰীৰ দুৱাৰ গৰকি গৰকি ঘৰ-মাটি পৰ্যন্ত বিকিবলগীয়া হৈছিল ইকবালে। গুজৰাটৰ আহমেদাবাদ চহৰৰ সৰখেজ অঞ্চলটোত এতিয়াও নিমাওমাও পৰিৱেশ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0