newsnextone.com | ডিজিটেল ডেস্কঃ দলিত নেতা জীগনেছ মেৱানীয়ে কৰা এটি টুইটে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশজুৰি৷ এগৰাকী দলিত শ্ৰমিকক বৰ্বৰ ভাবে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰে জীগনেছ মেৱানীয়ে৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ গুৰুত্ব সহকাৰে লৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷
To National Media – A so called "Vikas Model" @IndiaToday @News18India @thewire_in @the_hindu @india @IndianExpress @ndtv @abpnewshindi @abhisar_sharma https://t.co/GzJ6zUBECi