Home ৰাজ্যজীৱনটোৱে কি দিলে গুণকান্তক?

জীৱনটোৱে কি দিলে গুণকান্তক?

by News Desk
61 views
A+A-
Reset

বেতবাৰীঃ শিৱসাগৰ জিলাৰ চাউলকৰা গাঁৱৰ এজন দুৰ্ভগীয়া ব্যক্তিৰ জীৱন কাহিনী। যাৰ ভৰিৰ যাদুত এখনৰ পিছত আন এখন ফুটবল মেচত ধৰাশায়ী হৈছিল প্ৰতিপক্ষৰ খেলুৱৈ। ভৰিৰ যাদুৰে যিদৰে মন্ত্ৰমুগ্ধ কৰিছিল অগণন ফুটবল প্ৰেমীক সেইদৰেই হাতৰ চাপৰ ঢোলত পৰাৰ লগে লগে বিহুৱতী নাচনীয়ে উন্মাদ হৈ নাচিছিল। তেওঁ হৈছে শিৱসাগৰ জিলাৰ হাঁহচৰাৰ চাউলকৰা গাঁৱৰ গুণকান্ত গগৈ।

সহজ-সৰল জীৱন প্ৰণালীৰে সাধাৰণভাৱে জীয়াই থকা গুণকান্ত গগৈয়ে ১৭ বছৰ পূৰ্বে চৰকাৰৰ জৰীপৰ কামত ব্যৱহৃত হোৱা বোমা বিস্ফোৰণত নিজৰ সোঁ ভৰিখন আৰু দুটি চকু হেৰুৱাইছিল। ফলত চিৰদিনৰ বাবে গগৈ হৈ পৰিল অন্ধ আৰু পংগু।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0