কোকৰাঝাৰত পাচঁটা শিক্ষাখণ্ডত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ আৰম্ভ

Home ৰাজ্যকোকৰাঝাৰত পাচঁটা শিক্ষাখণ্ডত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ আৰম্ভ

কোকৰাঝাৰত পাচঁটা শিক্ষাখণ্ডত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ আৰম্ভ

by News Desk
56 views
A+A-
Reset

কোকৰঝাৰঃ কোকৰাঝাৰ জিলাত মঙলবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ৷ জিলা খনৰ পৰ্বতঝোৰা, গোসাইগাঁও, কচুগাঁও, দোতমা আৰু কোকৰাঝাৰকে ধৰি পাঁচটা শিক্ষাখণ্ডত ১৪০টা মণ্ডল সমল কেন্দ্ৰৰ সৰ্বমুঠ ১৭৯৭ খন বিদ্যালয়ৰ ৯৮,৮৮৮ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিব৷

জিলাখনত গুণোৎসৱত ২৯০ গৰাকী লিয়াচন অফিচাৰ, বহিঃ মূল্যায়ক ৬৩২ গৰাকীৰ ভিতৰত ধুবুৰীৰ ২২৮, চিৰাঙৰ ৫৮, কোকৰাঝাৰৰ ৩৪১জন আৰু সংৰক্ষিত বহিঃ মূল্যায়ণৰ বাবে ৬৬ জনক নিয়োগ কৰা হয়৷ ১১ অক্টোবৰত ৩৯,৯৬৫ জন, ১২ অক্টোবৰত ৩০,৯৪৯ জন, ১৩ অক্টোবৰত ২৭,৯৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱৰ পৰীক্ষাত অংশগ্ৰহণ কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0