Home ৰাজ্যতৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুকুৰবাৰে তৃতীয় দিন, গোলাঘাটত ব্যস্ততা

তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ শুকুৰবাৰে তৃতীয় দিন, গোলাঘাটত ব্যস্ততা

by News Desk
55 views
A+A-
Reset

দেৰগাঁওঃ ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ শুকুৰবাৰে তৃতীয় দিন৷ ৰাজ্যৰ ১৩ জিলাৰ শিক্ষানুষ্ঠান সমূহ শুকুৰবাৰে পুৱাৰে পৰা ব্যাপক ব্যস্ত হৈ পৰা দেখা যায়৷ ৩ জানুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হোৱা শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে যোৱা দুটা দিনৰ দৰে শুকুৰবাৰেও ব্যস্ত হৈ পৰিছে গুণোৎসৱৰ বাবে৷ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ পিছতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হয় ৩ জানুৱাৰীৰ পৰা৷

গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে ইতিমধ্যে প্ৰতিটো শিক্ষা খণ্ডৰ প্ৰতিখন বিদ্যালয়ে ব্যস্ত হৈ পৰিছে৷ গুণোৎসৱৰ বাবেই বিদ্যালয়সমুহো ন-ৰূপত সজাই তুলিছে। বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হোৱা সত্বেও প্ৰতিখন বিদ্যালয়ে গুণোৎসৱক যাতে ভাল ফলাফল লাভ কৰিব পাৰে তাকে লৈ আৰম্ভ কৰিছিল ব্যাপক প্ৰস্তুতি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0