49
গুৱাহাটীঃ গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত জাহ্নৱী শইকীয়াৰ চিকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক শনিবাৰে হাজিৰ কৰোৱা হ’ব কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীকৰ আদালতত।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুয়ো গৰাকীৰ অভিযুক্তকে গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছে।